Перейти к содержимому

📌 সেৱা সংকল্প কাৰ্যসূচীৰ অংশ হিচাপে মঙলদৈত বিজেপিৰ চাফাই অভিযান, কাৰ্যসূচীত অংশগ্ৰহণ নীলিমা দেৱীৰ

News Live

0:00 / 0:00

📌 সেৱা সংকল্প কাৰ্যসূচীৰ অংশ হিচাপে মঙলদৈত বিজেপিৰ চাফাই অভিযান, কাৰ্যসূচীত অংশগ্ৰহণ নীলিমা দেৱীৰ

1 145 просмотров · 20 ч назад
News Live
3,33 млн подписчиков
1 145 просмотров · 20 ч назад
📌 সেৱা সংকল্প কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যজুৰি বিজেপিৰ চাফাই অভিযান। 📌 মঙলদৈত পুৱাতে স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী নীলিমা দেৱীৰ। 📌 মঙলদৈ চহৰৰ LNB ৰোড, ৰিপোজ পইণ্ট, ৰাম জানকি মন্দিৰ আদি অঞ্চলত চাফাই কাৰ্যত অংশ লয় মন্ত্ৰীগৰাকীয়ে। 📌 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি দৰং জিলা বিজেপিৰ এই কাৰ্যসূচী। Like the official facebook page of News Live:   / newslivetvofficial   Follow News Live on twitter:   / newsliveghy   Connect to our instagram account:   / newsliveghy   Visit our website for all news updates: http://newslivetv.com/