Перейти к содержимому

হেমকোষ প্ৰকাশন আৰু সাদিন প্ৰতিদিন গোষ্ঠীৰ আন এক ঐতিহাসিক পদক্ষেপ

Pratidin Time

0:00 / 0:00

হেমকোষ প্ৰকাশন আৰু সাদিন প্ৰতিদিন গোষ্ঠীৰ আন এক ঐতিহাসিক পদক্ষেপ

1 268 просмотров · 16 часов назад
Pratidin Time
2,66 млн подписчиков
1 268 просмотров · 16 часов назад
হেমকোষ প্ৰকাশন আৰু সাদিন প্ৰতিদিন গোষ্ঠীৰ আন এক ঐতিহাসিক পদক্ষেপ। হেমকোষৰ ভাষাক আধাৰ হিচাপে লৈ চাৰিটা জনগোষ্ঠীয় ভাষা সামৰি আজি সোণসেৰীয়া যাত্ৰা আৰম্ভ কৰিলে হেমকোষৰ পৰিশিষ্ট শব্দকোষে। গুৱাহাটীত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাগৰাকী পণ্ডিত, গৱেষক আৰু বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচন কৰা হয় শব্দকোষৰ প্ৰথম সংস্কৰণ। শব্দকোষৰ জৰিয়তে অসমীয়া লিপিত, হেমকোষৰ ভাষাতে শিকিব পাৰিব চাৰিটা জনগোষ্ঠীয় ভাষা। #PratidinTime #AssamNews #assam #hemkosh