বালিকুচিৰ এটা ডাঙৰ মন্দিৰত আহিলোঁ 🙏 | শিৱ আৰু হনুমান মন্দিৰ দৰ্শন | @Srimantalifevlog-s4e
SRIMANTA LIFE VLOG
0:00 / 0:00
বালিকুচিৰ এটা ডাঙৰ মন্দিৰত আহিলোঁ 🙏 | শিৱ আৰু হনুমান মন্দিৰ দৰ্শন | @Srimantalifevlog-s4e
150 просмотров · 10 дней назад
SRIMANTA LIFE VLOG
107 подписчиков
150 просмотров · 10 дней назад
আজি আমি গৈ পালোঁ বালিকুচিৰ এটা ডাঙৰ আৰু সুন্দৰ মন্দিৰলৈ 🙏❤️। এই মন্দিৰত থকা ভগৱান শিৱ আৰু হনুমানৰ বিশাল মূৰ্তি দেখি সঁচাকৈয়ে মনটো আনন্দৰে ভৰি পৰিল।
@Srimantalifevlog-s4e
ভিডিঅ’টোত আপোনালোকেও আমাৰ সৈতে মন্দিৰটো ঘূৰি চাওক আৰু এই সুন্দৰ ঠাইখনৰ দৃশ্য উপভোগ কৰক। 😊
ভিডিঅ’টো ভাল লাগিলে Like 👍, Comment 💬 আৰু Subscribe 🔔 কৰি আমাৰ চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰিব। আপোনালোকৰ মৰম আৰু Support-ই আমাৰ বাবে বহুত ডাঙৰ প্ৰেৰণা। ❤️🙏
#বালিকুচি #মন্দিৰ #শিৱমন্দিৰ #হনুমানমন্দিৰ #AssamVlog #AssameseVlog #Balikuchi #TempleVlog