Перейти к содержимому

Srimanta Sankardev Top 40 MCQ | ইয়াৰ বাহিৰত পৰীক্ষাতএকো নাহে! | Assam GK forADRE 3.0 & Assam Police

EXAM TARGET ASSAM

0:00 / 0:00

Srimanta Sankardev Top 40 MCQ | ইয়াৰ বাহিৰত পৰীক্ষাতএকো নাহে! | Assam GK forADRE 3.0 & Assam Police

90 просмотров · 9 дней назад
EXAM TARGET ASSAM
4 подписчика
90 просмотров · 9 дней назад
নমস্কাৰ পৰীক্ষাৰ্থীসকল, "Exam Target Assam" চেনেললৈ আদৰণি জনাইছোঁ। মই ৰোহন (Rohan)। এই ভিডিঅ'টোত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ (Srimanta Sankardev) জীৱন, সাহিত্য, আৰু সমাজ সংস্কাৰ সম্পৰ্কীয় ৪০ টা আটাইতকৈ গুৰুত্বপূৰ্ণ প্রশ্নোত্তৰ (Top 40 Most Repeated MCQs) আলোচনা কৰিছোঁ। এই প্রশ্নসমূহ অসম চৰকাৰৰ আগন্তুক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা যেনে-ADRE 3.0, Assam Police (AB/UB), TET 2026, VFA আদিৰ বাবে অতি প্রয়োজনীয়। আজিৰ এই ক্লাছটো আপোনালোকৰ বাবে এটা Live Test ৰ নিচিনা হ'ব। সেয়েহে এতিয়াই এখন বহী আৰু এটা কলম হাতত লৈ লওক। ভিডিঅ'ৰ শেষত এই ৪০ টা প্ৰশ্নৰ ভিতৰত কাৰ কিমানটা শুদ্ধ হ'ল, সততাৰে কমেন্ট কৰি জনাব। মই চাব বিচাৰোঁ আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত কোনে আটাইতকৈ বেছি নম্বৰ পায়! Topics Covered: Srimanta Sankardev GK Questions & Answers Assam History and Culture MCQ in Assamese Assam Competitive Exam GK 2026 Important Assam GK for ADRE 3.0 & Assam Police Assamese Educational YouTube Channel by Rohan পৰৱৰ্তী সময়ত মহাপুৰুষ মাধৱদেৱৰ (Mahapurush Madhavadeva) ওপৰত এনেধৰণৰ সম্পূর্ণ ফ্রী ক্লাছ পাবলৈ চেনেলটো এতিয়াই SUBSCRIBE কৰি থওক। ধন্যবাদ, জয় আই অসম! #SrimantaSankardev #AssamGK #ADRE3 #AssamPolice #TETAssam #AssamHistory #ExamTargetAssam #ByRohan #AssameseEducation #assamGovtJobs2026 #assampoliceabub