Перейти к содержимому

সাক্ষাৎকাৰ-১৭,শাস্ত্ৰৰ যুক্তিৰে সমালোচনা #কৃষ্ণগুৰু প্ৰেমানন্দ আৰু(কল্কিৰ)পত্নী। শঙ্কৰগুৰু কলম বিকৃত

Sriborah

0:00 / 0:00

সাক্ষাৎকাৰ-১৭,শাস্ত্ৰৰ যুক্তিৰে সমালোচনা #কৃষ্ণগুৰু প্ৰেমানন্দ আৰু(কল্কিৰ)পত্নী। শঙ্কৰগুৰু কলম বিকৃত

74 247 просмотров · 1 год назад
Sriborah
15,8 тыс. подписчиков
74 247 просмотров · 1 год назад
সাক্ষাৎকাৰ -১৭ ভাগৱত আচাৰ্য ৰুদ্ৰকান্ত বৰা সৈতে শ্ৰী বৰা। এই সাক্ষাৎকাৰ অনুষ্ঠান ভাগৰ মাজেৰে "কৃষ্ণগুৰু"বুলি নিজকে কোৱা "প্ৰেমানন্দ" আৰু তেওঁৰ পত্নীৰ সম্পৰ্কে শাস্ত্ৰৰ যুক্তি মতে সমালোচনা কৰা হৈছে। এই আলোচনাত কোনো ব্যক্তিগত আক্ষেপ নাই। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ নিজৰ লিখনি বিকৃত কৰি প্ৰকাশ কৰা, নিজকে ঈশ্বৰ অৱতাৰ কল্কি বুলি কৈ সমাজক বিপথে পৰিচালিত কৰাত, এক প্ৰতিবাদী আলোচনা কৰা হৈছে।