বৈকুন্ঠৰ বাণী | Baikunthor Bani | Pankaj Bora | Assamese Lokogeet 2026 | New Assamese Folk Song
Anupom Bitupon
0:00 / 0:00
বৈকুন্ঠৰ বাণী | Baikunthor Bani | Pankaj Bora | Assamese Lokogeet 2026 | New Assamese Folk Song
2 509 просмотров · 3 дня назад
Anupom Bitupon
1 млн подписчиков
2 509 просмотров · 3 дня назад
বৈকুন্ঠৰ বাণী | Baikunthor Bani | Pankaj Bora | Assamese Lokogeet 2026 | New Assamese Folk Song
🙏 বৈকুন্ঠৰ বাণী 🙏
পংকজ বৰাৰ কণ্ঠত এক ভক্তিমূলক নিবেদন
🎵 AUDIO CREDITS
🎤 কথা / সুৰ / কণ্ঠ / সংগীত — পংকজ বৰা
📜 “কৰতল কমল…” অংশ — মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি
🥁 তাবলা / পাৰ্কাচন — ৰাজা বৰুৱা
🥁 ডগৰ / নেগেৰা — পংকজ বৰা
🎼 মেলডী / ড্ৰামচ — দীপকেশ বৰগোঁহাই
🎶 বাঁহী — কৈলাস ৰাভা
🎙️ শব্দগ্ৰহণ — ৰিপুঞ্জয় শৰ্মা
🎚️ শব্দ সংমিশ্ৰণ — জিন্তু বৰদলৈ
🎬 VIDEO CREDITS
🎥 সম্পাদনা — তিলক ৰঞ্জন হাজৰিকা
🎥 ভিডিঅ’ সহযোগী — নিতুল নাথ
💐 পৰিকল্পনা / প্ৰযোজনা — লীনা ডেকা
🙏 বিশেষ কৃতজ্ঞতা
ড° প্ৰাঞ্জল শইকীয়া
দেবাৰ্পণা চুতীয়া
বিতুপন বৰগোঁহাই
কিশলয় কৃষ্টি সাধনালয়
🌸 “বৈকুন্ঠৰ বাণী” — ভক্তিৰসৰ এই যাত্ৰাত আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিলোঁ।
ভিডিঅ’টো ভাল লাগিলে Like 👍 | Share ↗️ | Comment 💬 | Subscribe 🔔 কৰিবলৈ নাপাহৰিব।
#বৈকুন্ঠৰবাণী #PankajBora #lukogeet
#AssameseDevotionalSong #BhoktimulokGeet #Dihanam #Horinam #ভক্তিমূলকগীত #AssameseDevotionalsong #lokogeet
🎵 AUDIO CREDITS
🎤 কথা / সুৰ / কণ্ঠ / সংগীত — পংকজ বৰা
📜 “কৰতল কমল…” অংশ — মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি
🥁 তাবলা / পাৰ্কাচন — ৰাজা বৰুৱা
🥁 ডগৰ / নেগেৰা — পংকজ বৰা
🎼 মেলডী / ড্ৰামচ — দীপকেশ বৰগোঁহাই
🎶 বাঁহী — কৈলাস ৰাভা
🎙️ শব্দগ্ৰহণ — ৰিপুঞ্জয় শৰ্মা
🎚️ শব্দ সংমিশ্ৰণ — জিন্তু বৰদলৈ
🎬 VIDEO CREDITS
🎥সম্পাদনা — তিলক ৰঞ্জন হাজৰিকা
🎥 ভিডিঅ’গ্ৰাফী — নিতুল নাথ
💐 পৰিকল্পনা / প্ৰযোজনা — লীনা ডেকা
🙏 বিশেষ কৃতজ্ঞতা
ড° প্ৰাঞ্জল শইকীয়া
দেবাৰ্পণা চুতীয়া
বিতুপন বৰগোঁহাই
কিশলয় কৃষ্টি সাধনালয়
🌸 “বৈকুন্ঠৰ বাণী” — ভক্তিৰসৰ এই যাত্ৰাত আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিলোঁ।
ভিডিঅ’টো ভাল লাগিলে Like 👍 | Share ↗️ | Comment 💬 | Subscribe 🔔 কৰিবলৈ নাপাহৰিব।
#বৈকুন্ঠৰবাণী #PankajBora #lukogeet
#AssameseDevotionalSong #BhoktimulokGeet #Dihanam #Horinam #ভক্তিমূলকগীত #AssameseDevotionalsong #lokogeet
🎵 পংকজ বৰাৰ অন্যান্য গীতসমূহৰ Release Link তলত দিয়া হ’ল 👇
• শিপা | Xipa | Folk Song | Pankajj Borah |...
• বিহু বুলি এচাপৰ ॥BIHU BULI ESAPOR, PANKAJJ...
• Tukari Geet | Boiragi | Pankajj Borah | টো...
Lyrics:
কৰতল কমল কমল দল নয়ন
ভৱদৱ দহন গহন বন শয়ন,
নপৰ নপৰ পৰ সতৰত গময়
সভয় মভয় ভয় মমহৰ সততয় ॥
খৰতৰ বৰশৰ শতদশ বদন
খগচৰ নগধৰ ফণধৰ শয়ন ,
জগদঘ মপহৰ ভৱ ভয় তৰন
পৰ পদ লয় কৰ কমলজ নয়ন ॥
বৰ অসমতে অ’ বৰগছ এজুপি
ৰুলে গুৰুজনাই পাই
সেহি বৃক্ষৰ গুটি অ’
অমৃত সমান মাথো বৈকুণ্ঠতহে পাই ।
কিনো বৃক্ষ জুপি ৰুলা অ’ গুৰুজন
তাৰ ছায়াঁ তলে জিৰাইছে সৰ্ব্বজন
নামৰে পাতিলা মেলা
অ আ শিকিয়েই বৈকুণ্ঠৰ বাণীৰে ভূৰুকাত হস্তী ভৰালা ॥
অ’ গুৰু হে..
নগাৰে নৰোত্তম গাৰোৰে গোবিন্দ
চান্দসাই মুচলমান তোমাৰ পৰম ভক্ত
জাতি ভেদ পাহৰি গৈ
সবাকো সামৰি ধৰ্ম প্ৰচাৰিলা
নামৰে মধুৰস লৈ ।
গুৰু মোৰ শংকৰ হে
আকৌ এবাৰ জনম লোৱা
কলিৰ নৰলোকে পাপত মজি আছে
গুৰু আহি উদ্ধাৰ কৰা ।