লখিমপুৰৰ পূব তেলাহীৰ ন আলিত প্রতিবাদী কাৰ্যসূচী
Pratidin Time
0:00 / 0:00
লখিমপুৰৰ পূব তেলাহীৰ ন আলিত প্রতিবাদী কাৰ্যসূচী
562 просмотра · 1 день назад
Pratidin Time
2,67 млн подписчиков
562 просмотра · 1 день назад
লখিমপুৰৰ পূব তেলাহীৰ ন আলিত প্রতিবাদী কাৰ্যসূচী। চৰকাৰী আৱাসগৃহৰ পৰা বঞ্চিত ন আলিৰ ৬০টা দৰিদ্ৰ পৰিয়াল। গাঁও প্রধান আৰু ৱাৰ্ড সদস্যক টকা নিদিয়াৰ বাবেই ঘৰ লাভ নকৰাৰ অভিযোগ। উপায়ন্তৰ হৈ গাঁও প্রধান, ৱাৰ্ড সদস্যৰ বিৰুদ্ধে প্রতিবাদত নামিল গাঁওবাসী।
#PratidinTime #Lakhimpur #AssamNews