বিয়নী Assamese Short Film | Assamese New Video | Assamese Drama | Viral Assam | Assamese Serial
Viral Assam
0:00 / 0:00
বিয়নী Assamese Short Film | Assamese New Video | Assamese Drama | Viral Assam | Assamese Serial
48 686 просмотров · 1 дн. назад
Viral Assam
7,23 тыс. подписчиков
48 686 просмотров · 1 дн. назад
বিয়নী
বিয়নী এটা সুন্দৰ অসমীয়া সামাজিক ভিডিঅ , য’ত পাৰিবাৰিক সম্পৰ্ক , শহুৰেকৰ ঘৰ , মাকৰ মৰম , ভুল বুজাবুজি আৰু সংসাৰ জীৱনৰ বাস্তৱ ছবিখন সুন্দৰভাৱে উপস্থাপন কৰা হৈছে ।
এই ভিডিঅটোত নিৰমলাই নিজৰ জীয়েক পূজাৰ সুখৰ কথা চিন্তা কৰি তাইৰ সংসাৰত হস্তক্ষেপ কৰে । কিন্তু জীয়েকৰ সুখ বুজি নোপোৱাকৈ তাইৰ শহুৰেকৰ ঘৰখনক অপমান কৰিবলৈ ধৰে । আনহাতে, পূজাই নিজৰ মাক আৰু স্বামীৰ পৰিয়ালৰ মাজত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰে । অৱশেষত মহেন্দ্ৰৰ যুক্তিপূৰ্ণ কথাই নিমলাক উপলব্ধি কৰায় যে সুখ কেৱল ধন-সম্পত্তি বা ডাঙৰ ঘৰতেই নাথাকে; প্ৰকৃত সুখ মৰম, সন্মান, বুজাবুজি আৰু পাৰিবাৰিক শান্তিৰ মাজতহে থাকে ।
বিয়নী ভিডিঅটোৱে আমাক শিকায় যে আনৰ সংসাৰক সন্মান কৰা, নিজৰ সন্তানৰ মনৰ কথা বুজি পোৱা আৰু সম্পৰ্কৰ মাজত মৰম বজাই ৰখাটো কিমান গুৰুত্বপূৰ্ণ ।
ভিডিঅটোৰ প্ৰতিটো দৃশ্য উপভোগ কৰক আৰু আপোনাৰ মূল্যৱান মতামত Comment কৰি জনাওক । ভিডিঅ’টো ভাল লাগিলে Like, Share আৰু Channelটো Subscribe কৰিবলৈ নাপাহৰিব ।
বিয়নী, বিয়নী অসমীয়া ভিডিঅ, Assamese Natok 2026, Assamese Social Drama, New Assamese Natok, Assamese Family Drama, Assamese Drama, অসমীয়া সামাজিক নাটক, অসমীয়া পাৰিবাৰিক নাটক, Assamese Emotional Natok, Assamese Village Drama, Assamese Natok New, Assamese Short Film, Assamese Family Story
#বিয়নী #AssameseNatok #AssameseDrama #AssameseNatok2026 #অসমীয়ানাটক #AssameseFamilyDrama #AssameseSocialDrama #NewAssameseNatok