Перейти к содержимому

নেপোলিয়ন বোনাপাৰ্ট: কৰ্চিকাৰ পৰা ফ্ৰান্সৰ সম্ৰাটলৈ A cinematic documentary on Napoleon Bonapart

Ekalavya the self Learning Hub

0:00 / 0:00

নেপোলিয়ন বোনাপাৰ্ট: কৰ্চিকাৰ পৰা ফ্ৰান্সৰ সম্ৰাটলৈ A cinematic documentary on Napoleon Bonapart

2 290 просмотров · 2 месяца назад
Ekalavya the self Learning Hub
4,88 тыс. подписчиков
2 290 просмотров · 2 месяца назад
ইতিহাসৰ অন্যতম প্ৰভাৱশালী ব্যক্তিত্ব নেপোলিয়ন বোনাপাৰ্টৰ জীৱনক আধাৰ কৰি নিৰ্মিত এই তথ্যসমৃদ্ধ ঐতিহাসিক তথ্যচিত্ৰ খনৰ প্ৰথম খণ্ডলৈ আপোনাক স্বাগতম। এই খণ্ডত আপুনি জানিব— • কৰ্চিকাত নেপোলিয়নৰ জন্ম আৰু শৈশৱ • ফ্ৰান্সৰ সামৰিক বিদ্যালয়ত শিক্ষা • ফৰাচী বিপ্লৱৰ সময়ত তেওঁৰ উত্থান • টুল'নৰ যুদ্ধত প্ৰথম বৃহৎ সফলতা • ইটালী অভিযান আৰু একেৰাহে সামৰিক বিজয় • ইজিপ্ত অভিযান আৰু তাৰ বৈজ্ঞানিক অৱদান • ১৮ ব্ৰুমেয়াৰ অভ্যুত্থান • প্ৰথম কনছুল হিচাপে ক্ষমতা লাভ • আজীৱন প্ৰথম কনছুল হোৱা • আৰু শেষত ১৮০৪ চনত ফ্ৰান্সৰ সম্ৰাট হিচাপে অভিষেক এই তথ্য চিত্ৰখন ঐতিহাসিক তথ্য, গৱেষণা আৰু চিত্ৰনাট্যৰ সমন্বয়ে নিৰ্মাণ কৰা হৈছে যাতে ইতিহাসপ্ৰেমী, ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লোৱা সকলোৰে বাবে বিষয়টো সহজ আৰু আকৰ্ষণীয় হয়। 📚 যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগে, তেন্তে অনুগ্ৰহ কৰি 👍 Like কৰিব 💬 আপোনাৰ মতামত Commentত জনাওক 🔄 বন্ধু-বান্ধৱীৰ সৈতে Share কৰক 🔔 আৰু Ekalavya – The Self Learning Hub চেনেলটো Subscribe কৰিব।