Перейти к содержимому

এই কথা কিমানেই জানে? ৰুদ্ৰাক্ষ ঋষি-মুনিসকলে লগত কিয় ৰাখিছিল?ৰুদ্ৰাক্ষৰ প্ৰকৃত কাম কি?মাধুৰ্য্য বৰা

ANKUR NAZIRA

0:00 / 0:00

এই কথা কিমানেই জানে? ৰুদ্ৰাক্ষ ঋষি-মুনিসকলে লগত কিয় ৰাখিছিল?ৰুদ্ৰাক্ষৰ প্ৰকৃত কাম কি?মাধুৰ্য্য বৰা

767 просмотров · 5 дней назад
ANKUR NAZIRA
33,7 тыс. подписчиков
767 просмотров · 5 дней назад
ৰুদ্ৰাক্ষৰ বিষয়ে আমি বহু কথাই শুনিছোঁ। কিন্তু ঋষি-মুনিসকলে ৰুদ্ৰাক্ষ লগত কিয় ৰাখিছিল? ৰুদ্ৰাক্ষৰ প্ৰকৃত উদ্দেশ্য বা কাম কি? এই কথাবোৰ কিমানজনেহে সঠিকভাৱে জানে? এই ভিডিঅ'টোত মাধুৰ্য্য বৰাই ৰুদ্ৰাক্ষৰ লগত জড়িত বিভিন্ন আধ্যাত্মিক আৰু ধৰ্মীয় বিষয় সহজভাৱে ব্যাখ্যা কৰিছে। ৰুদ্ৰাক্ষৰ পৰম্পৰা, ঋষি-মুনিসকলৰ সৈতে ইয়াৰ সম্পৰ্ক আৰু ইয়াৰ প্ৰকৃত তাৎপৰ্যৰ বিষয়ে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। 🙏 ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ এনে ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়ৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো Subscribe কৰি লগত থাকক। #ৰুদ্ৰাক্ষ #ঋষিমুনি #ভাগৱতপাঠ #ধৰ্মীয়কথা #আধ্যাত্মিকজ্ঞান #মাধুৰ্য্যবৰা #AssameseYouTube #Rudraksha #মাধুৰ্য্য_বৰা #madhurjya #bhagwat #ভাইৰেল #tranding