আচলতে সেইদিনা কি হৈছিল? কিছু দৃশ্য আগবঢ়ালো😱 ভাওনালৈ চিনেমা জগতৰ অৰুণ হাজৰিকা আৰু অতুল পাঁচনি আহিল😱
DEB RAJ Golaghat
0:00 / 0:00
আচলতে সেইদিনা কি হৈছিল? কিছু দৃশ্য আগবঢ়ালো😱 ভাওনালৈ চিনেমা জগতৰ অৰুণ হাজৰিকা আৰু অতুল পাঁচনি আহিল😱
2 680 просмотров · 15 ч назад
DEB RAJ Golaghat
29,5 тыс. подписчиков
2 680 просмотров · 15 ч назад
• অসমৰ জনপ্ৰিয় ভাৱৰীয়া সকলৰ অভিনীত ভাওনা ...
• অসমৰ জনপ্ৰিয় ভাৱৰীয়া সকলৰ অভিনীত ভাওনা ...
আচলতে সেইদিনা ভাওনাৰ নিশা কি হৈছিল?
তাৰে কিছু দৃশ্য আগবঢ়ালো😱
ভাওনালৈ চিনেমা জগতৰ অৰুণ হাজৰিকা আৰু অতুল পাঁচনি বৰদেউতা আহিল😱
আহিল অতি জনপ্ৰিয় ভাৱৰীয়া সকল।
অভিজিত বাসুদেৱ, কলীয়া দা, Broklend boy, জনপ্ৰিয় জয় বিজয় চৰিত্ৰত অভিনয় কৰা ঋতুপণ আৰু বিতোপন, নাৰদ বিতোপন দত্ত, দিতিৰ চৰিত্ৰত প্ৰকাশ বৰুৱা, কয়াধু দাদু দা, লক্ষ্মী ফলঙনিৰ সুশান্ত বৰা, ইন্দ্ৰৰ চৰিত্ৰত প্ৰাণজিৎ গায়নকে আদি কৰি সকলো সুদক্ষ ভাৱৰীয়া সকলে বৰ সুন্দৰকৈ অভিনয় কৰিলে।
জনাৰ্দন নাট্যগোষ্ঠী, দেৰগাঁৱৰ দলটিৰ সম্পাদক পাপু নেওগ ককাইদেউৱে বৰ সুন্দৰকৈ ভাওনা ভাগ পৰিচালনা কৰিছিল।
সেৱকী সকলেও বৰ সুন্দৰকৈ সকলোকে শুশ্ৰষা কৰিলে।
ভাওনা ভাগ আমাৰ চেনেলত প্ৰচাৰ কৰা হৈছে। আপোনালোকে চাবলৈ নাপাহৰিব।
#vauna_vlog #debrajgolaghat #abhijit_vasudev #broklendboy #ভাওনা #ভাওনা_সংস্কৃতি #অতুল_পাঁচনি #অৰুন_হাজৰীকা #viral_vlog #নৃসিংহ_মুৰাৰি #assamesevideo