Перейти к содержимому

বিশ্বগুৰুৰ দেশত কিয় সুৰক্ষিত নহয় মহিলা?

The CrossCurrent

0:00 / 0:00

বিশ্বগুৰুৰ দেশত কিয় সুৰক্ষিত নহয় মহিলা?

5 074 просмотра · 21 час назад
The CrossCurrent
361 тыс. подписчиков
5 074 просмотра · 21 час назад
বিশ্বগুৰুৰ দেশত কিয় সুৰক্ষিত নহয় মহিলা? কিয় বাৰে-বাৰে নিজৰ নিৰপত্তা বিচাৰি ৰাজপথলৈ ওলাই আহিব লাগে মহিলা? শ্ৰেণীকোঠা এৰি নিজৰ সুৰক্ষাৰ দাবীত ৰাজপথত দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী সমাজ। ‘এক কচ’ৰী, দুই চামোছা, এই মানুহবোৰক কেনেকৈ কৰিব বিশ্বাস?’ দেশৰ কন্যা-মহিলাক নিৰপত্তা দিয়াত অসমৰ্থ হৈছে নেকি মোডী চৰকাৰ? The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews