শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সংবাদমেল।
Pratidin Time
0:00 / 0:00
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সংবাদমেল।
3 596 просмотров · 23 часа назад
Pratidin Time
2,67 млн подписчиков
3 596 просмотров · 23 часа назад
শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সংবাদমেল। উজনিৰ ৩খন জিলাৰ বানপীড়িতৰ ন্যায়ৰ দাবীত সংবাদমেল সম্বোধন বিধায়কগৰাকীৰ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ ৰাইজক ক্ষতিপূৰণ দিয়াৰ দাবীৰে সংবাদমেল সম্বোধন বিধায়ক অখিল গগৈৰ।
'উজনিৰ বানপানীক মুখ্যমন্ত্রীয়ে বেহাৰবাৰীৰ দৰে ধাৰাবাহিক বনাই আছে
মুখ্যমন্ত্রীৰ মতে ৫০-৫৫ হাজাৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে বানত
বিপৰীতে শিৱসাগৰ সমষ্টিতেই ৪১-৪৫ হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে'
এই দাবী বিধায়ক অখিল গগৈৰ....
#PratidinTime #AssamNews #AkhilGogoi #sivasagar #HimantaBiswaSarma