মনৰ জিৰণি সেউজীয়া বনানি @BonaniLofiLullaChannel
NIYAR BIJAY MELODIES
0:00 / 0:00
মনৰ জিৰণি সেউজীয়া বনানি @BonaniLofiLullaChannel
86 просмотров · 7 дней назад
NIYAR BIJAY MELODIES
20 подписчиков
86 просмотров · 7 дней назад
মনৰ জিৰণি সেউজীয়া বনানি | Monor Jironi Sewjiya Bonani | New Assamese Romantic Song 2026 | NiyarBijay
Presenting New Assamese Romantic Lyrical Song 2026 "Monor Jironi Sewjiya Bonani" - A soulful love song from the green forests of Assam. Best for WhatsApp Status.
🎧 Use Headphone For Best Clear Sound Quality - One Photo Lyrical Video
Song Details:
Song: Monor Jironi Sewjiya Bonani (মনৰ জিৰণি সেউজীয়া বনানি)
Lyrics: NiyarBijay (Niyar Hazarika)
Concept -Niyarbijay
Music: [AI Assisted]
Singer: [AI vocalist]
Category: Assamese Romantic Song / Assamese Lyrical Video 2026
🙏 If you liked this song, please LIKE | COMMENT | SHARE | SUBSCRIBE
Subscribe to my channel for
---
#MonorJironi #মনৰজিৰণি #AssameseSong #AssameseRomanticSong #NewAssameseSong2026 #AssameseLyricalVideo #AssameseLoveSong #AssameseGaan #NiyarBijay #SewjiyaBonani #AssameseWhatsAppStatus #AssameseOldSong #NewAssamese #মনৰজিৰণিসেউজীয়াবনানি
© Copyright: All rights reserved to NiyarBijay. Please do not re-upload without permission.
Thank You For Listening ❤️
Joi Aai Axom
গীতৰ কথা (Lyrics)-নিয়ৰ বিজয়
[VERSE 1]
মনৰ জিৰণি সেউজীয়া বনানি
হৃদয়ৰ সমাধি এই বনানি
মনৰ জিৰণি সেউজীয়া বনানি
হৃদয়ৰ সমাধি এই বনানি
ৰদালি কোমল সোণোৱালী ধাননি
ৰদালি কোমল সোণোৱালী ধাননি
মধুময় তান জীৱন জুৰি
মধুময় তান জীৱন জুৰি
মধু মিলন নীৰৱ ৰাতি
মধু মিলন নীৰৱ ৰাতি
জোনোৱালী নিশা ভাবনাৰ সাগৰ
উজাগৰী ৰাতি কামনাৰ সাগৰ
ভাবনা কঁপাই প্ৰেমৰ অলকানন্দা
ভাবনা কঁপাই প্ৰেমৰ অলকানন্দা
দুবৰিৰ দলিচা মৰম মৰম নিয়ৰ কণা
দুবৰিৰ দলিচা মৰম মৰম নিয়ৰ কণা
[PRE-CHORUS]
লিহিৰি বনত ৰিমঝিম বৰষা
খিৰিকীৰ মুখত গধূলি বেলা
খিৰিকীৰ মুখত গধূলি বেলা
জুৰিৰ তান নদীৰ কথা
জুৰি বয় নদী বয়
সাগৰে নাজানে জুৰিৰ কথা
লিহিৰি বনত ৰিমঝিম বৰষা
খিৰিকীৰ মুখত গধূলি বেলা
জুৰিৰ তান নদীৰ কথা
জুৰি বয় নদী বয়
সাগৰে নাজানে জুৰিৰ কথা
[CHORUS]
জুৰি বয় নদী বয়
সাগৰে নাজানে জুৰিৰ কথা
ৰিমঝিম ৰিমঝিম বৰষা
মৰমৰ ভাষা
বনানিৰ বৰষা...
[VERSE 2 - SOFT & DREAMY]
জোনোৱালী নিশা ভাবনাৰ সাগৰ
উজাগৰী ৰাতি কামনাৰ সাগৰ
ভাবনা কঁপাই বনানিৰ নিজৰা
দুবৰিৰ দলিচা মৰম মৰম নিয়ৰ কণা
[FINAL CHORUS - BIGGER]
জুৰি বয় নদী বয়
সাগৰে নাজানে জুৰিৰ কথা
ৰিমঝিম ৰিমঝিম বৰষা
মৰমৰ ভাষা
বনানিৰ নিজৰা