Перейти к содержимому

মনৰ দুখ দূৰ কৰাৰ পথ কি? | ভাগৱতৰ পৰা জানক | ভাগৱত ব্যাখ্যা | প্ৰাণজিৎ গগৈ বাপ | আধ্যাত্মিকজ্ঞান

বাৰেৰহণীয়া কৃষ্টিৰ ভঁৰাল

0:00 / 0:00

মনৰ দুখ দূৰ কৰাৰ পথ কি? | ভাগৱতৰ পৰা জানক | ভাগৱত ব্যাখ্যা | প্ৰাণজিৎ গগৈ বাপ | আধ্যাত্মিকজ্ঞান

243 просмотра · 13 часов назад
বাৰেৰহণীয়া কৃষ্টিৰ ভঁৰাল
3,95 тыс. подписчиков
243 просмотра · 13 часов назад
মনৰ দুখ দূৰ কৰাৰ পথ কি? ভাগৱতৰ পৰা জানক জীৱনত কেতিয়াবা আমি অকাৰণতে মনত দুখ, অশান্তি আৰু হতাশা অনুভৱ কৰোঁ। এই দুখ আৰু অশান্তিৰ প্ৰকৃত কাৰণ কি? মনক শান্ত কৰি জীৱনটো সুন্দৰভাৱে আগুৱাই নিয়াৰ পথ কি? এই ভিডিঅ’টোত প্ৰাণজিৎ গগৈ বাপে শ্ৰীমদ্ভাগৱতৰ জ্ঞানৰ আধাৰত মনৰ দুখ আৰু অশান্তিৰ বিষয়ে সুন্দৰভাৱে ব্যাখ্যা কৰিছে। ভগৱানৰ ভক্তি, আধ্যাত্মিক জ্ঞান আৰু জীৱনৰ প্ৰকৃত সত্য বুজিবলৈ ভিডিঅ’টো সম্পূৰ্ণকৈ শুনক। ভিডিঅ’টো ভাল লাগিলে Like 👍, Comment আৰু Share কৰিবলৈ নাপাহৰিব। এনেধৰণৰ আধ্যাত্মিক আৰু ভাগৱতৰ ব্যাখ্যা পাবলৈ YouTube Channelটো Subscribe কৰক। 🙏 ভাগৱত ব্যাখ্যা: প্ৰাণজিৎ গগৈ বাপ #ভাগৱত #ভাগৱতব্যাখ্যা #প্ৰাণজিৎগগৈ #মনৰদুখ #মনৰ‌অশান্তি #আধ্যাত্মিকজ্ঞান #ভক্তি #ভক্তিমূলক #শ্ৰীমদ্ভাগৱত #অসমীয়াভাগৱত #অসমীয়াভক্তিগীত #হৰিনাম #কৃষ্ণ #কৃষ্ণভক্তি #অসমীয়াYouTube