জুবিন দিৱস | ধেমাজি মহাবিদ্যালয় | #justiceforzubeengarg #dhemajicollege
Dhemaji College Officials
0:00 / 0:00
জুবিন দিৱস | ধেমাজি মহাবিদ্যালয় | #justiceforzubeengarg #dhemajicollege
2 209 просмотров · 2 дня назад
Dhemaji College Officials
355 подписчиков
2 209 просмотров · 2 дня назад
🎶 জুবিন দিৱস উদযাপন 🎶
অসমীয়া সংগীত জগতৰ জনপ্ৰিয় শিল্পী তথা যুৱ প্ৰজন্মৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিশীলতা, সংগীত আৰু অৱদানক স্মৰণ কৰি আয়োজিত জুবিন দিৱসৰ কিছু স্মৰণীয় মুহূৰ্ত এই ভিডিঅ’টোৰ জৰিয়তে আপোনালোকৰ সৈতে ভাগ-বতৰা কৰা হৈছে।
অনুষ্ঠানটোত সংগীত, নৃত্য, সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে জুবিন গাৰ্গৰ সংগীত আৰু সৃষ্টিৰ প্ৰতি থকা আমাৰ মৰম আৰু শ্ৰদ্ধা প্ৰকাশ কৰা হয়। 🎵
#zubeengarg #justiceforzubeengarg