জুবিন গাৰ্গক ইশ্বৰ পুত্ৰ নহয় ? এসময়ৰ সোঁহাত আৰু বাওঁহাত স্বৰূপ দুই বন্ধুৰ মহাবিস্ফোৰণ।
Simply Biju
0:00 / 0:00
জুবিন গাৰ্গক ইশ্বৰ পুত্ৰ নহয় ? এসময়ৰ সোঁহাত আৰু বাওঁহাত স্বৰূপ দুই বন্ধুৰ মহাবিস্ফোৰণ।
9 330 просмотров · 14 часов назад
Simply Biju
11,3 тыс. подписчиков
9 330 просмотров · 14 часов назад
জুবিন গাৰ্গক কিয় বহুতে ‘ইশ্বৰ পুত্ৰ’ বুলি অনুভৱ কৰিছিল? এসময়ৰ সোঁহাত আৰু বাওঁহাত স্বৰূপ দুই পুৰণি বন্ধুৱে জুবিন গাৰ্গৰ সৈতে কটোৱা দিনবোৰৰ কি কি অজানা কথা প্ৰকাশ কৰিলে?
আৰু ‘অ’ নবৌ অ’ৰ পৰা আৰম্ভ কৰি ‘ আহে বা নাহে ঘুমতি’লৈ—এই কালজয়ী গীতবোৰৰ সৃষ্টিৰ আঁৰত আচলতে কি কাহিনী আছিল?
জুবিন গাৰ্গৰ সংগীত, বন্ধুত্ব, সৃষ্টিশীলতা আৰু সেই সময়ৰ অজানা স্মৃতিৰ সৈতে জড়িত বহু কথা এই ভিডিঅ’টোত আলোচনা কৰা হৈছে।
ভিডিঅ’টো শেষলৈকে চাওক আৰু আপোনাৰ মতামত Commentত জনাওক।
⚠️ এই ভিডিঅ’ত উল্লেখ কৰা তথ্য, স্মৃতি বা দাবীসমূহ সংশ্লিষ্ট ব্যক্তিৰ বক্তব্য/স্মৃতি আৰু উপলব্ধ তথ্যৰ ভিত্তিত আলোচনা কৰা হৈছে।
ভিডিঅ’টো ভাল লাগিলে Like 👍, Share আৰু Channelটো Subscribe কৰিবলৈ নাপাহৰিব।