CHIKHLA By RAMEN DANAH || Dipkesh Borgohain || New Assamese Song
Ramen Danah Musical и ещё 2
0:00 / 0:00
CHIKHLA By RAMEN DANAH || Dipkesh Borgohain || New Assamese Song
132 441 просмотр · 10 мес. назад
Ramen Danah Musical и ещё 2
132 441 просмотр · 10 мес. назад
অসমীৰ স্পন্দন জুবিনদা লৈ সাঙ্গীতিক শ্ৰদ্ধা জনালোঁ 🙏🏼
Nupur Hiya present
Singer - Lyrics - Tune: Ramen Danah
Music: Dipkesh Borgohain
Mastering : Diganta Bordoloi
Recorded At B.K Music Station by Bitupan Konwar
Guitar : Rishimoni
Flute : Anjan Medhi
Cover Design : Parthajit Hira
Lyrical & Visual: Biman Boruah Axomiya (Studio Maa Movie)
Special Thanks
Mondeep Khakhlari
Ridip Rankit
Ananda Borah
Satyajit Deudhai Phukan
Junaak Milon
Juganta Sonowal
Papori Danah
Ranjan Hatimuria
চিফুং বাজে সুৰীয়া
চিখলা তই ধুনীয়া
নাচিলে ভাল লাগে তই
বাগৰুম্বা
তোৰ চকুতে চকু গৈ
পৰে জান যেতিয়া
উকি মাৰি দিওঁ যেন দীঘলীয়া
দীঘলীয়া
মনৰ চিৰাং জিলা খন
তোলে দিলোঁ থৈ
তোৰ কাৰণে বাঢ়িছে
মৰম নদী হৈ
উৰি উৰি আহিবিনে
চিত পখিলা হৈ
দে দে দুখন হিয়া
মিলিবলে দে
একো নহয় ডাঙৰ ভূল
তই- মই মিলিলে
দিবিনে আৰনাই
ডিঙিতে মেৰিয়াই
বৈশাগু বিহুতে
তোৰ ঘৰলে যাম
বুকুৰে চোতালত
আছহি খুটিয়াই
নেদেখি তোক নোৱাৰোঁ
যেন মৰিহে যাম
তোৰ বাহিৰে নাই
আনলে বুকুত ঠাই
কথা টো তই শুনি ল
মোৰ চকুলে চাই
তই ও নিদিবি তোৰ
মনটো লুটিয়াই
ভাল পালোঁ তোকে মই
চুপতি মৰা নাই