Перейти к содержимому

পুনৰ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি থকা দেশবোৰক এসেকা দিবলৈ ওলাইছে আমেৰিকা

Pratidin Time

0:00 / 0:00

পুনৰ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি থকা দেশবোৰক এসেকা দিবলৈ ওলাইছে আমেৰিকা

1 760 просмотров · 10 часов назад
Pratidin Time
2,66 млн подписчиков
1 760 просмотров · 10 часов назад
পুনৰ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰি থকা দেশবোৰক এসেকা দিবলৈ ওলাইছে আমেৰিকা। এইবাৰ পোনে পোনে ১০০ শতাংশ শুল্ক আৰোপ কৰিবলৈ আগবাঢ়িছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মতে ৰাছিয়াৰ পৰা তেল কিনি চীন, ভাৰত আদি দেশে পৰোক্ষভাৱে ইউক্ৰেইন আক্ৰমণক সমৰ্থন কৰিছে। #pratidintime #trump #assam