“গাঁৱৰ ধুনীয়া পুৱা 🌾❤️ | Mising Village Vlog”
চিৰঞ্জীৱ
0:00 / 0:00
“গাঁৱৰ ধুনীয়া পুৱা 🌾❤️ | Mising Village Vlog”
213 просмотров · 2 нед. назад
চিৰঞ্জীৱ
54 подписчика
213 просмотров · 2 нед. назад
নমস্কাৰ মৰমৰ বন্ধুসকল ❤️🙏
আজি মোৰ নতুন Vlog-টোত আপোনালোকক আমাৰ গাঁৱৰ ধুনীয়া পৰিৱেশ আৰু ৰাতি পুৱাৰ কিছুমান মুহূৰ্ত দেখুৱাম। 🌾😍
গাঁৱৰ জীৱন, ধাননি পথাৰ আৰু বন্ধুৰ সৈতে কটোৱা ধুনীয়া সময়বোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ।
ভিডিঅ’টো ভাল লাগিলে Like 👍, Comment 💬 আৰু Subscribe 🔔 কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ মৰম আৰু সহায়েই মোৰ আগবাঢ়ি যোৱাৰ প্ৰেৰণা। ❤️
ধন্যবাদ 🙏
#VillageLife #MisingVlog #AssameseVlog #VillageVlog #DailyVlog #অসমীয়াVlog #RatiPuwa