Перейти к содержимому

🚨8th Pay Memorandum দিলে নে? 🔴 Fitment Factor 3.57 & Arrear ডাঙৰ আপডেট!

Sameer Bora

0:00 / 0:00

🚨8th Pay Memorandum দিলে নে? 🔴 Fitment Factor 3.57 & Arrear ডাঙৰ আপডেট!

12 177 просмотров · 23 ч назад
Sameer Bora
119 тыс. подписчиков
12 177 просмотров · 23 ч назад
🔴 8th Pay Commission ক লৈ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে গুৰুত্বপূৰ্ণ আপডেট! এই ভিডিঅ’টোত বিতংভাৱে আলোচনা কৰা হৈছে: 📌 8th Pay Commission ৰ Memorandum চৰকাৰক জমা দিলে নে? 📌 Fitment Factor 3.57 হ’লে দৰমহা কিমান বৃদ্ধি পাব? 📌 যিসকলে পূৰ্বৰ DA Arrear পোৱা নাই, তেওঁলোকে 8th Pay Arrear আশা কৰিব পাৰেনে? ভিডিঅ’টো শেষলৈ চাওক আৰু আপোনাৰ সহকৰ্মীসকলৰ সৈতেও শ্বেয়াৰ কৰক! ⏱️ Time Stamps: 0:00 - Introduction & Breaking Update 01:15 - 8th Pay Memorandum Status 03:40 - Fitment Factor 3.57 Calculation 06:20 - DA Arrear vs 8th Pay Arrear Reality 08:45 - Conclusion & Next Steps 🔔 চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চন সম্পৰ্কীয় প্ৰতিটো সঠিক খবৰ আৰু বিশ্লেষণৰ বাবে চেনেলটো Subscribe কৰক! #8thPayCommission #AssamGovtEmployees #FitmentFactor #DAArrear #AssamNews #CentralGovtEmployees #SalaryHike