Перейти к содержимому

সাংবাদিকতা ত্যাগ কৰিব নেকি জ্যেষ্ঠ সাংবাদিক সুনীল বৰাই?

BAARTA LAAP

0:00 / 0:00

সাংবাদিকতা ত্যাগ কৰিব নেকি জ্যেষ্ঠ সাংবাদিক সুনীল বৰাই?

32 797 просмотров · 1 год назад
BAARTA LAAP
648 тыс. подписчиков
32 797 просмотров · 1 год назад
অসমৰ এগৰাকী সাহসী সাংবাদিক News Live ৰ জ্যেষ্ঠ সাংবাদিক সুনীল বৰাৰ মনৰ কথা। এজন সাংবাদিক আৰু এজন ফটো সাংবাদিকৰ সম্পৰ্ক কেনে হ'ব লাগে? নেপালৰ ভূমিকম্প আৰু সাংবাদিক সুনীল বৰাৰ সাহস ! ১৭ বছৰ News Live ত কেনেকৈ পাৰ কৰিলে সুনীল বৰাই? একেটা সংবাদ প্ৰতিষ্ঠানত ১৭ বছৰ কাম কৰাৰ তিতা মিঠা অভিজ্ঞতা! সাংবাদিকতা ত্যাগ কৰিব নেকি জ্যেষ্ঠ সাংবাদিক সুনীল বৰাই? ৰাজনীতিলৈ যাব পাৰে সাংবাদিক সুনীল বৰা! জ্যেষ্ঠ সাংবাদিক সুনীল বৰাৰ সৈতে চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপ #baartalaap #podcast #chakrapaniparashar #assamesepodcast #newslive #sunilborah