কেৰালা এতিয়া আগৰ দৰে হৈ থকা নাই নিজৰ অভিজ্ঞতাৰ পৰা কৈছো
কেৰালাৰ পৰা মই দিপীকা
0:00 / 0:00
কেৰালা এতিয়া আগৰ দৰে হৈ থকা নাই নিজৰ অভিজ্ঞতাৰ পৰা কৈছো
287 просмотров · 5 дн. назад
কেৰালাৰ পৰা মই দিপীকা
62 подписчика
287 просмотров · 5 дн. назад
কেৰালাত এতিয়া আগৰ পৰিস্থিতি আৰু নাই নেকি? 😮 কেৰালাত কাম কৰিবলৈ অহা অসমৰ পুৰুষ-মহিলাই কিছুমান কাম কৰি আছে, যিবোৰৰ কথা শুনিলে আপোনাৰো চকু কপালত উঠিব! 😱
এই ভিডিঅ’টোত কেৰালাৰ বৰ্তমান পৰিস্থিতি আৰু অসমৰ কিছুমান পুৰুষ-মহিলাৰ কিছুমান আচৰণৰ বিষয়ে নিজৰ অভিজ্ঞতা আৰু মতামত আপোনালোকৰ আগত দাঙি ধৰিছোঁ।
ভিডিঅ’টো শেষলৈকে চাব আৰু আপোনাৰ মতামত কমেণ্টত জনাব। ❤️
🙏 ভিডিঅ’টো ভাল লাগিলে Like 👍, Share আৰু মোৰ YouTube Channel টো Subscribe কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ মৰম আৰু সহায়েই মোক আগবাঢ়ি যোৱাত উৎসাহ দিয়ে। ❤️
#Kerala #AssameseVlog #AssameseYouTuber #KeralaLife #AssameseVideo #অসমীয়াVlog #কেৰালা #অসমৰমানুহ #KeralaExperience #AssameseLifestyle #Malayalam #TrendingVideo #AssameseVlogger #অসমীয়া