Перейти к содержимому

চৰকাৰ প্ৰশাসনক আহ্বান ভূদেৱ ভৰালীৰ কন্যাৰ

Asom Live 24

0:00 / 0:00

চৰকাৰ প্ৰশাসনক আহ্বান ভূদেৱ ভৰালীৰ কন্যাৰ

10 291 просмотр · 12 ч назад
Asom Live 24
1,03 млн подписчиков
10 291 просмотр · 12 ч назад
'এসপ্তাহ পাৰ হৈ গ'ল যদিও এতিয়াও কোনো শাস্তি পোৱা নাই দোষীয়ে। আমি এতিয়া সমগ্ৰ পৰিয়ালটো নিৰাপত্তাহীনতাত ভুগি আছো। পূৰ্বে ইমান অপৰাধ কৰা ঘনকান্তক মুকলিকৈ কিয় ঘূৰিব দিছিল? আমাৰ পৰিয়ালৰ কোনো মানুহ ইমান DANGEROUS নহয় যে কথা পাতিবলৈ যাওতে পিষ্ট*** ল লৈ যাব। দোষীক শীঘ্ৰেই শাস্তি দিয়ক।' চৰকাৰ প্ৰশাসনক আহ্বান ভূদেৱ ভৰালীৰ কন্যাৰ। 'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ   / asomlive24      / @asomlive24digital   #asomlive24 #axomlive24 #assamlive24 #breakingnews #exclusivenews #currentaffairsofassam #dailynewsupdate #dailynews #assamkanews #latestnewsofassam #latestnews