Перейти к содержимому

টকা ধাৰলৈ আনি খান্দিছিল পুখুৰী । উপাৰ্জন এতিয়া ৮-১০লাখ । Paddle Wheel Aerator for Fish Farmer .

Binondiya Axom

0:00 / 0:00

টকা ধাৰলৈ আনি খান্দিছিল পুখুৰী । উপাৰ্জন এতিয়া ৮-১০লাখ । Paddle Wheel Aerator for Fish Farmer .

98 274 просмотра · 4 года назад
Binondiya Axom
4,86 тыс. подписчиков
98 274 просмотра · 4 года назад
টকা ধাৰলৈ আনি খান্দিছিল পুখুৰী । উপাৰ্জন এতিয়া ৮-১০লাখ । Paddle Wheel Aerator for Fish Farmer . #RamenKumarNath .#PaddleWheelAerator. #FishFarming. হাতত নাছিল মূলধন । ২০ বছৰে Tailoringৰ দোকান কৰাৰ পিছতো তাত বিশেষ সফলতা লাভ নকৰাত আজিৰ পৰা ৪বছৰ পূৰ্বে আনৰ পৰা টকা ধাৰলৈ আনি ঘৰৰ কাষতে ৩বিঘা মাটিত এটা পুখুৰী খান্দিছিল । সেয়াই আৰম্ভণি । মাত্ৰ চাৰি বছৰতে মীন পালনত চমকপ্ৰদ সফলতা লাভ কৰা উত্তম মণ্ডলে বছৰি মাছ বিক্ৰী কৰি উপাৰ্জন কৰে ৮-১০লাখ টকা । ওদালগুৰি জিলাৰ কলাইগাঁওৰ উদ্যমী যুৱক উত্তম মণ্ডলৰ সফলতাৰ আঁৰৰ কাহিনী জানক ।(9101413273) Follow me on: FACEBOOK-  / ramenkumar.nath.9   INSTAGRAM- https://instagram.com/ramenknath?utm_... THANKS FOR WATCHING THIS VIDEO. RAMEN KUMAR NATH From -Kalaigaon , Assam .