Перейти к содержимому

Patkai Fastfood Dhaba গ’লোঁ 😍🍟 | Assamese Vlog | The Pinku Vlog

The pinku Vlogs

0:00 / 0:00

Patkai Fastfood Dhaba গ’লোঁ 😍🍟 | Assamese Vlog | The Pinku Vlog

64 просмотра · 8 дней назад
The pinku Vlogs
39 подписчиков
64 просмотра · 8 дней назад
Patkai Fastfood Dhaba গ’লোঁ 😍🍟 | Assamese Vlog | The Pinku Vlog Welcome back to The Pinku Vlog! ❤️🎥 আজিৰ vlog-ত মই মোৰ বন্ধুৰ লগত গৈছিলোঁ Patkai Fastfood Dhaba-লৈ। 😍🍔 ভাল লগা এটা environment, অলপ ঘূৰা-ফুৰা, বন্ধুৰ লগত fun আৰু লগতে tasty fast food—আজিৰ vlog-টোত এই সকলোবোৰ আপোনালোকৰ লগত share কৰিছোঁ। Vlog বনোৱা মোৰ বাবে এতিয়াও এটা নতুন journey, আৰু লাহে লাহে নতুন নতুন ঠাইলৈ গৈ আপোনালোকৰ লগত সেই momentsবোৰ share কৰি যাব বিচাৰোঁ। ❤️ আশা কৰোঁ আজিৰ vlog-টো আপোনালোকৰ ভাল লাগিব। ভাল লাগিলে এটা Like 👍 কৰি Comment-ত জনাবা কেনেকুৱা লাগিল। আৰু The Pinku Vlog-টো Subscribe 🔔 কৰি মোৰ এই নতুন journey-টোৰ লগত থাকিবা। ❤️ Thank you so much for watching! 🙏❤️ #ThePinkuVlog #PatkaiFastfoodDhaba #Patkai #AssameseVlogger