জীৱনত প্ৰথমবাৰ এনেকুৱা Birthday Surprise 😱 | Baihata Chariali Hidden Waterfall
AF Vibes Assam
0:00 / 0:00
জীৱনত প্ৰথমবাৰ এনেকুৱা Birthday Surprise 😱 | Baihata Chariali Hidden Waterfall
89 просмотров · 10 дней назад
AF Vibes Assam
259 подписчиков
89 просмотров · 10 дней назад
জীৱনত প্ৰথমবাৰ এনেকুৱা Birthday Surprise পাইছিলোঁ! 😍🎂
এইবাৰ Birthday উপলক্ষে আমি গৈছিলোঁ Baihata Chariali-ৰ এটা ধুনীয়া Mini Hidden Waterfall-লৈ। 🌿💦
বন্ধুৰ সৈতে কৰা এই সৰু Trip-টোত আছিল বহুত Fun, Food, পানীত মজা আৰু বহুত ধুনীয়া Memories। 😄❤️
Waterfall-টোৰ পৰিৱেশটো ইমানেই শান্ত আৰু ধুনীয়া আছিল যে গোটেই দিনটো উপভোগ কৰিলোঁ। 🥰
ভিডিঅ'টো শেষলৈকে চাবা আৰু ভাল লাগিলে Like 👍 | Comment 💬 | Share 🔄 | Subscribe ❤️ কৰিবলৈ নাপাহৰিবা।
📍 Location: Baihata Chariali, Assam
🎂 Occasion: Birthday Surprise
💦 Place: Mini Hidden Waterfall
#BirthdaySurprise #BaihataChariali #HiddenWaterfall #AssamVlog #AssamTourism #BirthdayVlog #WaterfallVlog #AssameseVlog #TravelVlog #VlogAssam