Перейти к содержимому

প্ৰথমবাৰৰ বাবে ভিডিঅযোগে নয়ন ঘোষৰ স্পষ্টীকৰণ।

Ishan News

0:00 / 0:00

প্ৰথমবাৰৰ বাবে ভিডিঅযোগে নয়ন ঘোষৰ স্পষ্টীকৰণ।

16 133 просмотра · 1 день назад
Ishan News
834 тыс. подписчиков
16 133 просмотра · 1 день назад
-মই ড্ৰাগছ মাফিয়া নহয়, ড্ৰাগছৰ লগত মোৰ কোনো সম্পৰ্ক নাই। -সঞ্জীৱ নাৰায়নৰ লগত মোৰ ভাল সম্পৰ্ক আছে। কিন্তু সংবাদমেলযোগে তেওঁ মোৰ লগত ভাল সম্পৰ্ক নাই বুলি কৈছে। -তেওঁ কোৱাৰ দৰে মই যদি ড্ৰাগছ মাফিয়া হয়, তেন্তে তেওঁ দীৰ্ঘদিনে কিয় মোৰ লগত সম্পৰ্ক ৰাখিছে। মোক আৰক্ষীৰ হাতত গতাই দিব লাগিছিল। -মাৰ্ছিদিছৰ কাহিনীৰে তেওঁ ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে। -ঘটনাৰ আঁৰত উলুবাৰীৰ এখন হাস্পতালৰ কাহিনী আছে। -সঁচা-মিছা তেওঁ ক’লে ভাল হ’ব। -মোক এ/ন/কা/উ/ন্টা/ৰ কৰিব লাগে বুলি ক’বলৈ সঞ্জীৱ নাৰায়ন কোন হয়! -তেওঁৰ বহুত ক’লা অধ্যায়ৰ প্ৰমাণ মোৰ লগত আছে। সেইবোৰ নোহোৱা কৰিবলৈ মোক এ/ন/কা/উ/ন্টা/ৰ কৰিব বিচাৰিছে। প্ৰথমবাৰৰ বাবে ভিডিঅযোগে নয়ন ঘোষৰ স্পষ্টীকৰণ।