Перейти к содержимому

গণেশগুৰি উৰণীয়া সেতুৰ কাষতে পদপথত কাকত বিক্ৰী কৰি চলাইছে জীৱন

NKTV PLUS

0:00 / 0:00

গণেশগুৰি উৰণীয়া সেতুৰ কাষতে পদপথত কাকত বিক্ৰী কৰি চলাইছে জীৱন

2 738 просмотров · 1 день назад
NKTV PLUS
829 тыс. подписчиков
2 738 просмотров · 1 день назад
▶️ হেজাৰজনৰ বাবে জীৱন সংগ্ৰামৰ থলী গুৱাহাটী মহানগৰী ▶️ গুৱাহাটীয়ে অসংখ্যজনক দিছে জীৱন-জীৱিকাৰ বাট ▶️ হাজাৰজনৰ মাজৰ এগৰাকী মহিলাৰ জীৱন কাহিনী NKTVত ▶️ প্ৰায় ৩০ বছৰে ৰাজপথত বাতৰি কাকত বিক্ৰী কৰি জীবন নিৰ্বাহ মহিলাগৰাকীৰ ▶️ গণেশগুৰি উৰণীয়া সেতুৰ কাষতে পদপথত কাকত বিক্ৰী কৰি চলাইছে জীৱন ▶️ পৰিয়ালৰ বাবে বাতৰি কাকত আৰু গাখীৰ বিক্ৰীৰে গ্ৰহণ কৰিছে জীৱনৰ প্ৰত্যাহ্বান ▶️ পূৰ্বে জ্যেষ্ঠ ভাতৃৰ সতে মিলি কৰিছিল এই কাম