Перейти к содержимому

জ্যোতি সংগীত - জননীৰ সন্তান (Lyrics) | Jyoti Sangeet - Jononir Xontan (Lyrics) | Assamese Song Lyric

অ' মোৰ সুৰীয়া মাত

0:00 / 0:00

জ্যোতি সংগীত - জননীৰ সন্তান (Lyrics) | Jyoti Sangeet - Jononir Xontan (Lyrics) | Assamese Song Lyric

32 454 просмотра · 3 года назад
অ' মোৰ সুৰীয়া মাত
100 тыс. подписчиков
32 454 просмотра · 3 года назад
জ্যোতি সংগীত - জননীৰ সন্তান (Lyrics) | Jyoti Sangeet - Jononir Xontan (Lyrics) কথা: জাগা জননীৰ সন্তান জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ৷ মৃত্যু গছকি আনা জয়জিনি কৰি দুৰ্জ্জয় অভিযান৷ কৰ্ম্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয় তুমি দুৰ্ব্বল ম্ৰিয়মান তথাপিও নাই ভয়-- জাগা শক্তিমান জাগা মাতৃপ্ৰাণ৷ শক্তিগায়ত্ৰী মনত পেলোৱা হবা দুৰ্নিবাৰ তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান৷ অ’ মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ অজেয় নৱ-জোৱান জাগা শক্তিমান জাগা মাতৃপ্ৰাণ৷৷ #jyotisangeet #assamesesonglyrics #assamesesong জ্যোতি সংগীত playlist:    • Jyoti Sangeet জ্যোতি সংগীত   Assamese Song Lyrics. অসমীয়া গীতৰ কথা।