সাৱিত্ৰী আৰু সত্যৱানৰ সম্পূৰ্ণ কাহিনী | যমৰাজেও কিয় হাৰ মানিছিল সাৱিত্ৰীৰ ওচৰত? 😱 | Assamese Story
Munu'sVerse🌌
0:00 / 0:00
সাৱিত্ৰী আৰু সত্যৱানৰ সম্পূৰ্ণ কাহিনী | যমৰাজেও কিয় হাৰ মানিছিল সাৱিত্ৰীৰ ওচৰত? 😱 | Assamese Story
36 просмотров · 21 ч назад
Munu'sVerse🌌
534 подписчика
36 просмотров · 21 ч назад
সাৱিত্ৰী আৰু সত্যৱানৰ সম্পূৰ্ণ কাহিনী ❤️
সাৱিত্ৰীয়ে কেনেকৈ লগ পাইছিল সত্যৱানক? সত্যৱানৰ জীৱন সম্পৰ্কে কি জানিছিল সাৱিত্ৰীৰ পিতৃয়ে? আৰু এগৰাকী নাৰীৰ প্ৰেম, সাহস আৰু বুদ্ধিৰ আগত কিয় হাৰ মানিছিল যমৰাজে?
জানিবলৈ চাওক সাৱিত্ৰী আৰু সত্যৱানৰ এই মনোমোহা পৌৰাণিক কাহিনী।
ভিডিঅ’টো ভাল লাগিলে Like 👍, Share আৰু Subscribe কৰিবলৈ নাপাহৰিব।
🔔 এনেধৰণৰ অসমীয়া পৌৰাণিক কাহিনী চাবলৈ চেনেলটো Subscribe কৰক।
#সাৱিত্ৰীআৰুসত্যৱান #AssameseStory #AssameseMythology #SavitriSatyavan
Disclaimer 🙏
এই ভিডিঅ’টো সাৱিত্ৰী আৰু সত্যৱানৰ পৌৰাণিক কাহিনীৰ আধাৰত বনোৱা হৈছে। কাহিনীটো সহজভাৱে দৰ্শকৰ আগত তুলি ধৰাই আমাৰ উদ্দেশ্য। কাৰো ধৰ্মীয় অনুভূতিক আঘাত দিয়াটো আমাৰ উদ্দেশ্য নহয়।
ধন্যবাদ ❤️