Перейти к содержимому

😱 Buy 1 Get 1 FREE! 😍 কাপোৰৰ দোকানত কি অফাৰ পালোঁ? 🛍️ | Shopping Vlog

BIDISHA FAMILY

0:00 / 0:00

😱 Buy 1 Get 1 FREE! 😍 কাপোৰৰ দোকানত কি অফাৰ পালোঁ? 🛍️ | Shopping Vlog

25 просмотров · 6 дней назад
BIDISHA FAMILY
25 подписчиков
25 просмотров · 6 дней назад
নমস্কাৰ বন্ধুসকল ❤️🙏 আজিৰ ভিডিঅ'ত আমি কাপোৰৰ দোকানলৈ গৈছিলোঁ 🛍️। তাত গৈ দেখিলোঁ BUY 1 GET 1 FREE অফাৰ! 😱😍 দোকানখনত বিভিন্ন ধৰণৰ কাপোৰ চালোঁ আৰু শ্বপিং কৰাৰ মজাটো উপভোগ কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু জনাব আপোনালোকৰ কেনেকুৱা লাগিল। ❤️ ভিডিঅ'টো ভাল লাগিলে: 👍 Like কৰিব 💬 Comment কৰিব 🔔 Channel টো Subscribe কৰিব 📲 বন্ধুবৰ্গৰ লগত Share কৰিব। আপোনালোকৰ মৰম আৰু সহায়ৰ বাবে বহুত ধন্যবাদ। ❤️🙏 ShoppingVlog #Buy1Get1Free #AssameseVlog #Shopping #AssameseYouTuber #DailyVlog #ShoppingOffer #AssameseVideo #ViralVlog #YouTubeIndia