Перейти к содержимому

ৰাজ্যজুৰি ভূপেনদাক উদযাপন কৰিলে ৰাইজে

Pratidin Time

0:00 / 0:00

ৰাজ্যজুৰি ভূপেনদাক উদযাপন কৰিলে ৰাইজে

930 просмотров · 12 часов назад
Pratidin Time
2,66 млн подписчиков
930 просмотров · 12 часов назад
ৰাজ্যজুৰি ভূপেনদাক উদযাপন কৰিলে ৰাইজে। জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা হ’ল বৰ্ণাঢ্য কাৰ্যসূচী। জালুকবাৰীৰ পৰা কলাক্ষেত্ৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ আয়োজন কৰা হ’ল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ভূপেন্দ্ৰ সংগীতেৰে মুখৰিত হ’ল আকাশ-বতাহ। #Pratidintime #assam #bhupenhazarika