Перейти к содержимому

দীৰ্ঘ সময়ৰ পৰা জুবিন গাৰ্গৰ যাত্ৰাৰ সহযোগী হিতেশ শালৈয়ে কৈ গ’ল ND24 ৰ আগত বহু অভিজ্ঞতাৰ কথা।

ND24 Digital

0:00 / 0:00

দীৰ্ঘ সময়ৰ পৰা জুবিন গাৰ্গৰ যাত্ৰাৰ সহযোগী হিতেশ শালৈয়ে কৈ গ’ল ND24 ৰ আগত বহু অভিজ্ঞতাৰ কথা।

12 654 просмотра · Трансляция закончилась 4 дня назад
ND24 Digital
35 тыс. подписчиков
12 654 просмотра · Трансляция закончилась 4 дня назад
অসমবাসীৰ অতি চিনাকী এখন ক’লা ৰঙৰ ইছুজু বাহন। বাহনখন দেখিলেই সকলোৱে এতিয়াও উপস্থিতি অনুভৱ কৰে জুবিন গাৰ্গৰ। বিভিন্ন অনুষ্ঠানত সেইখন বাহনতে যাত্ৰা কৰিছিল জুবিন গাৰ্গে। চালকৰ আসনত আছিল ৰঙিয়াৰ হিতেশ শালৈ। ২০১১ চনৰে পৰা জুবিন গাৰ্গৰ প্ৰতিটো যাত্ৰাৰ সহযোগী আছিল হিতেশ শালৈ। দীৰ্ঘ সময়ৰ পৰা জুবিন গাৰ্গৰ যাত্ৰাৰ সহযোগী হিতেশ শালৈয়ে কৈ গ’ল ND24 ৰ আগত জুবিন গাৰ্গৰ সৈতে থকা বহু অভিজ্ঞতাৰ কথা। হিতেশ শালৈৰ সৈতে ৰঙিয়াৰ পৰা অংকুৰ কলিতাৰ এক বিশেষ প্ৰতিবেদন। #nd24digital l #zubeenkhetra l #zubeengarg l #assam l #zg