Перейти к содержимому

📌 বৰপেটাৰ বাঘমাৰা-গেৰুৱা পাৰঘাটত উত্তেজনাময় পৰিস্থিতি ।

GANA ADHIKAR

0:00 / 0:00

📌 বৰপেটাৰ বাঘমাৰা-গেৰুৱা পাৰঘাটত উত্তেজনাময় পৰিস্থিতি ।

29 просмотров · 10 ч назад
GANA ADHIKAR
5,06 тыс. подписчиков
29 просмотров · 10 ч назад
📌 বৰপেটাৰ বাঘমাৰা-গেৰুৱা পাৰঘাটত উত্তেজনাময় পৰিস্থিতি । 📌 একাংশ দুৰ্বৃত্তই নিশা পাৰঘাটৰ দক্ষিণপাৰৰ চিৰি কাটি দিয়াত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা । 📌 ইপিনে পুৱাই বাঘমাৰাচৰ গেৰুৱা বজাৰৰ পৰা পাচলি ব্যৱসায়ীসকলে পাচলি ক্ৰয় কৰি নৱাগত শিমলীতোলা যোৱাতো বাধা প্ৰদান কৰিছে একাংশ লোকে। 📌 অন্যহাতে নৱাগত শিমলীতোলাৰ একাংশ লোকে পাৰ হব দিয়া এম্বুলেঞ্চো। This channel is a digital version of Dainik Gana Adhikar. Dainik Gana Adhikar is an Assamese regional daily newspaper covering the state of Assam in North-East India. It is published from Guwahati. Gana Adhikar is owned by Unity Media & Infrastructure Limited. The newspaper started its journey as a fortnightly in 1994. Our Facebook Page :   / ganaadhikar   Our web page : https://ganaadhikar.com/ Contact Us : ganaadhikarlive786@gmail.com whatsappno:9387813644