Перейти к содержимому

BONAMALI SHYAM || বনমালী শ্যাম || MOROMTRISHNA BORUAH || MONDEEP BORA || NEW LUKAGEET 2026

MS musical productions🎶

0:00 / 0:00

BONAMALI SHYAM || বনমালী শ্যাম || MOROMTRISHNA BORUAH || MONDEEP BORA || NEW LUKAGEET 2026

3 245 просмотров · 7 дн. назад
MS musical productions🎶
239 подписчиков
3 245 просмотров · 7 дн. назад
BONAMALI SHYAM || বনামালী শ্যাম || MOROMTRISHNA BORUAH || MONDEEP BORA || NEW LUKAGEET 2026 Credits গীত: বনমালী শ্যাম কন্ঠ: মৰমতৃষ্ণা বৰুৱা কথা আৰু সুৰ : মনদীপ বৰা সংগীত/ শব্দ সংমিশ্রণ: মনদীপ বৰা m-studio বাদ্য যন্ত্ৰী: অচ‍্যুত বৰা ,জিন্টু নেওগ, মনদীপ বৰা প্ৰযোজনা - শৈলেন বৰুৱা, লুকুমণি বৰুৱা পষ্টাৰ আৰু ভিডিঅ' - প্ৰাঞ্জল বৰা (চুম্পি) Apex Studio, Jrt Lyrics অধৰত মোহন বেণু, নয়নে কৰুণা, বৃন্দাবন উপবনে বাজে মূৰ্চ্ছনা। শাৰদ কৌমুদী-স্নাত যমুনাৰ তীৰে উথলে অমৃত-ধাৰা পুলিন মাজতে শিৰে শিখিপুচ্ছ দোলে নয়নাভিৰাম, ত্ৰিভঙ্গী সুন্দৰ ৰূপে পূৰে মনোস্কাম। চৰণে মঞ্জুল বাজে নূপুৰৰ বোল, গোপীকাৰ হিয়া মাজে প্ৰেমৰে হিল্লোল। মোহিলে ত্ৰিদশ দেৱ বাঁহীটি বজায়, ধৰাত অমিয়া ঢালি ত্ৰিজগত ধ্যায়॥ কদম্ব কাননে আজি মলয়াৰ বাস, যমুনাৰ তীৰে নাচে পুলকিত ৰাস। সংসাৰ তাৰণ প্ৰভু কৰুণা-সাগৰ, চৰণ-কমলে সপো প্ৰণতি অন্তৰ #lukageet #moromtrishna #mondeepbora #apexstudio #mstudio #zubeengarg #newsong #voktigeeti #newmusic