Перейти к содержимому

Jaundice Explained in Assamese | জণ্ডিচৰ কাৰণ, লক্ষণ আৰু চিকিৎসা

Dr Hrishikesh Nath

0:00 / 0:00

Jaundice Explained in Assamese | জণ্ডিচৰ কাৰণ, লক্ষণ আৰু চিকিৎসা

990 просмотров · 4 нед. назад
Dr Hrishikesh Nath
132 подписчика
990 просмотров · 4 нед. назад
চকু বা skin হালধীয়া হোৱা দেখিলেই জণ্ডিচ বুলি ক’ব পাৰিনে? জণ্ডিচৰ কাৰণ কেৱল liver-ৰ সমস্যা নেকি? এই video-ত আমি সহজ ভাষাত জানিম— 🔹 জণ্ডিচ কি আৰু কিয় হয় 🔹 Bilirubin কি 🔹 Prehepatic, Hepatic আৰু Obstructive jaundice 🔹 জণ্ডিচৰ সাধাৰণ লক্ষণসমূহ 🔹 জণ্ডিচ কেনেকৈ diagnose কৰা হয় 🔹 Bilirubin, LFT আৰু imaging test-ৰ ভূমিকা 🔹 জণ্ডিচৰ চিকিৎসা কিয় underlying cause-ৰ ওপৰত নিৰ্ভৰ কৰে 🔹 জণ্ডিচ হ’লে কি কি এৰাই চলিব লাগে 🔹 Hepatitis A আৰু B vaccination-ৰ গুৰুত্ব 🔹 কেতিয়া জৰুৰীভাৱে doctor-ক দেখুৱাব লাগে মনত ৰাখিব— Jaundice নিজে এটা disease নহয়; ই এটা underlying problem-ৰ sign। সেয়ে কেৱল “জণ্ডিচৰ medicine” বিচৰাৰ পৰিৱৰ্তে, প্ৰথমে জণ্ডিচ কিয় হৈছে সেইটো জানি লোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। 👨‍⚕️ Dr. Hrishikesh Nath, MBBS Health Information and Awareness for creating a healthy society. 📌 এই video-টো স্বাস্থ্য সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। ই ব্যক্তিগত medical diagnosis বা treatment-ৰ বিকল্প নহয়। কোনো স্বাস্থ্যজনিত সমস্যা থাকিলে qualified healthcare professional-ৰ পৰামৰ্শ লওক। #Jaundice #জণ্ডিচ #LiverHealth #Bilirubin #Hepatitis #LiverDisease #HealthAwareness #AssameseHealth #HealthEducation #DrHrishikeshNath