শুকুলা ডাৱৰৰ আঁচলত ধৰি প্ৰকৃতিলৈ নামিছে শৰৎ
Pratidin Time
0:00 / 0:00
শুকুলা ডাৱৰৰ আঁচলত ধৰি প্ৰকৃতিলৈ নামিছে শৰৎ
545 просмотров · 4 часа назад
Pratidin Time
2,66 млн подписчиков
545 просмотров · 4 часа назад
শুকুলা ডাৱৰৰ আঁচলত ধৰি প্ৰকৃতিলৈ নামিছে শৰৎ। শৰতৰ আগমনৰ লগে লগে চৌদিশে শুভ্ৰতাৰ আচ্ছাদন। দক্ষিণ কামৰূপৰ চৰাঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত ফুলিছে কঁহুৱা। চৌদিশে মনোমোহা পৰিৱেশ।
#PratidinTime #AssamNews #Kamrup