#cmvigilance I '৫-৬ মাহমানৰ পৰা CM ভিজিলেন্সৰ নজৰত আছিল নূপুৰ বৰা' #shorts
DD News Assamese
0:00 / 0:00
#cmvigilance I '৫-৬ মাহমানৰ পৰা CM ভিজিলেন্সৰ নজৰত আছিল নূপুৰ বৰা' #shorts
36 464 просмотра · 11 месяцев назад
DD News Assamese
528 тыс. подписчиков
36 464 просмотра · 11 месяцев назад
📌সত্ৰৰ মাটি অবৈধভাৱে নামজাৰি কৰি দিছিল আন সম্প্ৰদায়ৰ লোকক
📌'৫-৬ মাহমানৰ পৰা CM ভিজিলেন্সৰ নজৰত আছিল নূপুৰ বৰা
📌তেওঁ এগৰাকী Collection Agent
📌বুজন পৰিমাণৰ টকা আৰু গহনা তেওঁৰ বাসগৃহত জব্দ কৰা হৈছে
📌ACS বিষয়া নূপুৰ বৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ জ্যেষ্ঠ অধীক্ষক ৰ'জী কলিতাৰ মন্তব্য
#cmvigilance #guwahati #nupurbora #acsofficer #corruption #RosyKalita #ddnewsassam #ddnewsassamese