Перейти к содержимому

প্ৰণৱ দলেক NSAৰ অধীনত গ্ৰেপ্তাৰ কৰা প্ৰক্ৰিয়াটোৱেই নীতি বহিৰ্ভূত নেকি? কি ক'লে শান্তনু বৰঠাকুৰে?

NorthEast Now

0:00 / 0:00

প্ৰণৱ দলেক NSAৰ অধীনত গ্ৰেপ্তাৰ কৰা প্ৰক্ৰিয়াটোৱেই নীতি বহিৰ্ভূত নেকি? কি ক'লে শান্তনু বৰঠাকুৰে?

1 901 просмотр · 8 ч назад
NorthEast Now
469 тыс. подписчиков
1 901 просмотр · 8 ч назад
📌NSA ৰ দৰে এখন গুৰুত্বপূৰ্ণ আইনৰ অধীনত এজন ব্যক্তিক আটক কৰিলে কি কি প্ৰক্ৰিয়া আৰু পদ্ধতি মানি চলিব লাগিব? 📌সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয় আৰু বিভিন্ন ন্যায়ালয়ৰ স্পষ্ট নীতি নিৰ্দেশনা আছে। 📌প্ৰণৱ দলেক আটক কৰাৰ সময়ত আৰক্ষী প্ৰশাসনে সেই প্ৰতিটো প্ৰক্ৰিয়া মানি চলা নাছিল। 📌যিবোৰ অভিযোগ প্ৰণৱ দলেৰ বিৰুদ্ধে অনা হৈছিল সেই অভিযোগ বোৰ প্ৰণৱ দলেক আটক কৰা ঘটনাৰ লগত কোনো সম্পৰ্ক নাছিল। 📌প্রণৱ দলেৰ হৈ আদালতত যুক্তি আগবঢ়োৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে ।___________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now