সংগ্ৰামৰ আন এটি নাম জীৱনৰ (EP 10)-AN INTERVIEW WITH FIRST LADY FIELD DIRECTOR OF KAZIRANGA PARK
DD News Assamese
0:00 / 0:00
সংগ্ৰামৰ আন এটি নাম জীৱনৰ (EP 10)-AN INTERVIEW WITH FIRST LADY FIELD DIRECTOR OF KAZIRANGA PARK
1 746 просмотров · 1 г. назад
DD News Assamese
543 тыс. подписчиков
1 746 просмотров · 1 г. назад
ডেৰাডুনৰ জীয়ৰীয়ে কিদৰে পালন কৰিছে কাজিৰঙাৰ ৰক্ষকৰ দায়িত্ব ?
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে কিদৰে গঢ়ি উঠিছিল সম্পৰ্ক ?
প্ৰকৃতি সংৰক্ষণৰ প্ৰকৃত অৰ্থ কি ?
মহিলা বন বিষয়াৰ জীৱনলৈ কি কি আহে প্ৰত্যাহবান ?
অৰণ্য-ব্যক্তিগত জীৱনৰ মাজত কিদৰে ৰাখিছে ভাৰসাম্য ?
কাজিৰঙাৰ উন্নয়নত বনকৰ্মীৰ ভূমিকা ?
Advantage Assamৰ দৰে অনুষ্ঠানে কিদৰে বিকাশ সাধন কৰিছে পৰ্যটন খণ্ডৰ ?
প্ৰধানমন্ত্ৰীৰ সৈতে ৰোমাঞ্চকৰ অভিজ্ঞতা ?
কৰ্কট ৰোগেও ৰুধিব পৰা নাই তেওঁক...
অনুষ্ঠানৰ এইবাৰৰ অতিথি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথমগৰাকী মহিলা Field Director IFS বিষয়া ড০ সোণালী ঘোষ
#SonaliGhosh #KazirangaNationalPark #FieldDirector #Assam #ifsofficer #awesomeassam #assamtourism #tourist #inspiration #hardwork #ExclusiveInterview #ddnewsassam #ddnewsassamese