34 চাইজ ব্ৰা-কাট ব্লাউজ কেনেকৈ কাটিব? ✂️ | Step by Step Cutting in Assamese
Rashmi Tailor 🪡
0:00 / 0:00
34 চাইজ ব্ৰা-কাট ব্লাউজ কেনেকৈ কাটিব? ✂️ | Step by Step Cutting in Assamese
224 просмотра · 2 нед. назад
Rashmi Tailor 🪡
175 подписчиков
224 просмотра · 2 нед. назад
✂️ ৩৪ চাইজ ব্ৰা-কাট ব্লাউজ কেনেকৈ কাটিব? | Step by Step Cutting in Assamese
নমস্কাৰ 🙏 মোৰ YouTube চেনেললৈ আপোনালোক সকলোকে স্বাগতম। ❤️
যিসকলে ঘৰত বহি টেইলৰিং শিকিব বিচাৰে বা নতুনকৈ ব্লাউজ কটা শিকি আছে, তেওঁলোকৰ বাবে এই ভিডিঅ’টো বহুত সহায়ক হ’ব।
✨ এই ভিডিঅ’টোত শিকিবলৈ পাব—
✅ ৩৪ চাইজৰ ব্ৰা-কাট ব্লাউজৰ মাপ
✅ ব্লাউজৰ কাপোৰ কেনেকৈ ল’ব
✅ ব্লাউজৰ পিছফালৰ কাটিং
✅ আগফালৰ কাটিং
✅ সহজ পদ্ধতিৰে Step by Step Cutting
ভিডিঅ’টো শেষলৈকে চাব আৰু ভাল লাগিলে Like 👍, Comment 💬 আৰু Share কৰিব।
মোৰ চেনেলটো Subscribe কৰি কাষতে থকা Bell Icon টো বজাই দিব, যাতে নতুন নতুন ব্লাউজ কাটিং আৰু চিলাইৰ ভিডিঅ’ সহজে চাব পাৰে। ❤️
আপোনালোকৰ মৰম আৰু সহায় মোৰ বাবে বহুত মূল্যৱান। 🙏
ধন্যবাদ।
#viralvideo #shortsfeed #blousecutting
#BraCutBlouse #34SizeBlouseCutting #AssameseTailoring #BlouseCutting #BlouseStitching #অসমীয়াটেইলৰ #TailoringTutorial #RashmiDeka