Перейти к содержимому

১৫০ হাঁহ পুহি কিমান টকা লাভ হ'ল? 😲 | 150 Duck Farming Profit & Complete Business Plan

Mn 21 Vlogs

0:00 / 0:00

১৫০ হাঁহ পুহি কিমান টকা লাভ হ'ল? 😲 | 150 Duck Farming Profit & Complete Business Plan

2 722 просмотра · 4 дня назад
Mn 21 Vlogs
49,5 тыс. подписчиков
2 722 просмотра · 4 дня назад
১৫০ হাঁহ পুহি কিমান টকা লাভ হ'ল? 😲 | 150 Duck Farming Profit & Complete Business Plan #DuckFarmingAssam #MN21Vlogs #হাঁহপালন #AssamDuckFarming #PoultryFarmingAssam #BusinessIdeasAssam #DuckFarmingProfit #LowInvestmentBusiness #VibeHub #AgricultureAssam Join Telegram 👉 https://t.me/Mn21Tech নমস্কাৰ বন্ধুসকল, MN 21 Vlogs লৈ আপোনালোকক স্বাগতম জনাইছোঁ! 🙏 আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ ১৫০ জনী হাঁহ পুহিলে আচলতে কিমান টকা লাভ হয় আৰু ইয়াৰ সম্পূৰ্ণ ব্যৱসায়িক পৰিকল্পনা (Business Plan)। বহুতে হাঁহ পালনৰ কথা ভাবে, কিন্তু সঠিক হিচাপ নজনাৰ বাবে আগবাঢ়িব নোৱাৰে। সেয়েহে আজিৰ ভিডিঅ'ত A to Z সকলো খৰচ আৰু লাভৰ হিচাপ দেখুৱাইছোঁ। 📌 ভিডিঅ'টোত কি কি আলোচনা কৰা হৈছে: 🔹 ১৫০ হাঁহৰ পোৱালিৰ দাম আৰু প্ৰাথমিক খৰচ 🔹 দানাৰ খৰচ আৰু ঔষধৰ পৰিমাণ (Feed & Medicine Cost) 🔹 বিক্ৰীৰ বাবে হাঁহ সাজু হ'বলৈ কিমান দিন লাগে? 🔹 বিক্ৰীৰ সময়ত হাঁহৰ গড় ওজন (Average Weight) কিমান আহে? 🔹 মুঠ খৰচ আৰু সৰ্বমুঠ লাভৰ (Total Profit) সম্পূৰ্ণ হিচাপ ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকে হাঁহ পালনৰ বিষয়ে এটা স্পষ্ট ধাৰণা পাব পাৰে। যদি ভিডিঅ'টো চাই ভাল পায়, তেন্তে Like আৰু Comment কৰিবলৈ নাপাহৰিব! 👉 Subscribe for more Farming & Business Ideas: নতুন ব্যৱসায়িক ধাৰণা আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বাবে চেনেলটো Subscribe কৰি ল'ব। ⚠️ Disclaimer: হাঁহৰ পোৱালিৰ দাম, দানাৰ দাম আৰু বজাৰৰ মূল্য সময় আৰু স্থান অনুসৰি সলনি হ'ব পাৰে। এই ভিডিঅ'টো মোৰ নিজৰ অভিজ্ঞতা আৰু বৰ্তমানৰ বজাৰ মূল্যৰ ওপৰত আধাৰিত কৰি বনোৱা হৈছে।