অদিতিক ঘৰৰ পৰা খেদিবলৈ মন্দিৰাৰ ডাঙৰ ষড়যন্ত্ৰ! 😱 | Bokul | 30 Aug 2026 | Ep 133
Sauth Protiva
0:00 / 0:00
অদিতিক ঘৰৰ পৰা খেদিবলৈ মন্দিৰাৰ ডাঙৰ ষড়যন্ত্ৰ! 😱 | Bokul | 30 Aug 2026 | Ep 133
120 897 просмотров · 2 нед. назад
Sauth Protiva
1,18 тыс. подписчиков
120 897 просмотров · 2 нед. назад
অদিতিক ঘৰৰ পৰা খেদিবলৈ মন্দিৰাৰ ডাঙৰ ষড়যন্ত্ৰ! 😱 | Bokul | 30 Aug 2026 | Ep 133
অদিতিক ঘৰৰ পৰা খেদিবলৈ মন্দিৰাই ৰচিছে তীব্ৰ ঈৰ্ষা আৰু ষড়যন্ত্ৰ! 😱
আজিৰ খণ্ডত চাওক — অধীৰ আৰু অদিতিয়ে ভদ্ৰেশ্বৰ বৰটা আৰু পদ্মেশ্বৰ বৰুৱাৰ সহায়ত অনাথ আশ্ৰমখন ৰক্ষা কৰিবলৈ আদালতৰ পৰা ষ্টে’ অৰ্ডাৰ উলিয়াবলৈ সক্ষম হয়। কিন্তু ইফালে পেহীৰ ওচৰত অদিতিয়ে ঘৰখনৰ সকলোৱে মৰম কৰে বুলি মিছা কথা কৈ পেহীক সুখী কৰে। আনফালে মন্দিৰাই অদিতিৰ প্ৰতি থকা খং আৰু ঈৰ্ষাত জ্বলিপুৰি অদিতিক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচে!
অদিতিয়ে কিদৰে ৰক্ষা কৰিব নিজক? চাওক 'বকুল'ৰ আজিৰ নাটকীয় খণ্ডত!
প্ৰতিদিনে নতুন নতুন খণ্ডসমূহ সকলোতকৈ আগেয়ে চাবলৈ চেনেলটো এতিয়াই Subscribe কৰক আৰু Bell Icon টো টিপি দিয়ক! 🔔
#Bokul #AssameseSerial #BokulEpisode133 #AssameseDrama #RangTV #BokulTodayEpisode #MegaSerial #DramaSerial #AssameseShow