Перейти к содержимому

দাখিল কৰা হ’ল জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বহু প্ৰতীক্ষিত চাৰ্জশ্বীট৷

NB News

0:00 / 0:00

দাখিল কৰা হ’ল জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বহু প্ৰতীক্ষিত চাৰ্জশ্বীট৷

80 691 просмотр · 9 мес. назад
NB News
650 тыс. подписчиков
80 691 просмотр · 9 мес. назад
দাখিল কৰা হ’ল জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বহু প্ৰতীক্ষিত চাৰ্জশ্বীট৷ আজি SITয়ে আদালতত দাখিল কৰে মূল ২,৫০০ পৃষ্ঠাসহ সৰ্বমুঠ প্ৰায় ১২ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীট৷ চাৰ্জশ্বীটৰ পাতে পাতে সন্নিৱিষ্ট হৈছে জুবিন গাৰ্গক পৰিকল্পিতভাৱে শেষ কৰাৰ তথ্য৷ মূল অভিযুক্ত সিদ্ধাৰ্থ, শ্যামকানু, শেখৰ, অমৃতপ্ৰভাৰ হ’ব পাৰে চৰমশাস্তি ৷ #ZubeenGarg #JusticeForZubeenGarg Facebook:   / nbnewstv   #NBnews #NBtv #NBnewsassam #NBnewstv #Satellitechannel #NBNews