Перейти к содержимому

নগাঁও লোকসভা সমষ্টিৰ উপ–নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰিবলৈ মাজত মাথোঁ দুদিন

PRATHAM KHABAR 24x7

0:00 / 0:00

নগাঁও লোকসভা সমষ্টিৰ উপ–নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰিবলৈ মাজত মাথোঁ দুদিন

243 просмотра · 1 день назад
PRATHAM KHABAR 24x7
71,6 тыс. подписчиков
243 просмотра · 1 день назад
-নগাঁও লোকসভা সমষ্টিৰ উপ–নিৰ্বাচনৰ প্ৰচাৰ অভিযান সামৰিবলৈ মাজত মাথোঁ দুদিন। নগাঁও সমষ্টিটো কংগ্ৰেছৰ বাবে যিদৰে আত্মসন্মানৰ প্ৰশ্ন, ঠিক সেইদৰে বিজেপিৰ বাবে হৈ পৰিছে অগ্নি পৰীক্ষা। একেৰাহে তিনিবাৰ বিজেপিৰ হাতত থকা সমষ্টিটো পৰৱৰ্তী সময়ত কাঢ়ি নিছিল কংগ্ৰেছে। এইবাৰ পুনৰ নগাঁও সমষ্টি উদ্ধাৰ অভিযানত নামিছে বিজেপি। ধাৰাবাহিক প্ৰচাৰ অভিযান চলাইছে মন্ত্ৰী–বিধায়কৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। #HimantaBiswaSarma #BJP4IND #nagaon_assam #ByElection #Ajmal #AssamNews Subscribe to our channel for the latest news updates: https://shorturl.at/LGGcu Follow us on Facebook: @prathamkhabar24x7 Follow us on Instagram: @prathamkhabartv Follow us on Twitter: @khabar_pratham Our Website: https://prathamkhabartv.com #prathamkhabar24x7 #prathamkhabartv #prathamkhabarnews #prathamkhabarbreaking #prathamkhabar