Перейти к содержимому

আজি প্রথমবাৰৰ বাবে ষ্টুডিঅ’ত একেলগে শ্যামন্তক গৌতম আৰু ৰাহুল গৌতম, নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Pratidin Time

0:00 / 0:00

আজি প্রথমবাৰৰ বাবে ষ্টুডিঅ’ত একেলগে শ্যামন্তক গৌতম আৰু ৰাহুল গৌতম, নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

13 015 просмотров · 6 часов назад
Pratidin Time
2,67 млн подписчиков
13 015 просмотров · 6 часов назад
জুবিন গাৰ্গ হত্যাৰ প্রকৃত ৰহস্য উদঘাটন হ’বগৈ নে? পৰিয়াল আৰু লাখ লাখ অনুৰাগীয়ে সঁচাকৈয়ে ন্যায় পাবগৈ নে? আজি ষ্টুডিঅ’ত জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু শ্যামন্তক গৌতম লগতে থাকিব জুবিন গাৰ্গৰ পুত্রসম ৰাহুল গৌতম শৰ্মা জুবিনৰ সৃষ্টিৰাজিক কিদৰে আগুৱাই নিব জুবিন গাৰ্গ ন্যাসে? জুবিনক্ষেত্রৰ নিৰ্মাণৰ কাম কেতিয়া শেষ কৰাৰ পৰিকল্পনা চৰকাৰৰ? ‘প্রজেক্ট নতুন’ৰ জৰিয়তে কি কৰিব বিচাৰিছে শ্যামন্তক গৌতমহঁতে আজি প্রথমবাৰৰ বাবে ষ্টুডিঅ’ত একেলগে শ্যামন্তক গৌতম আৰু ৰাহুল গৌতম মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ LIVE #Pratidintime #AssamNews #JusticeForZubeenGarg #ZubeenGarg