মনীষা বেকাৰী - এটা খৰিৰ ভাতিৰে আৰম্ভ কৰা প্ৰতিষ্ঠানৰ সফলতাৰ কাহিনী।
অনুসন্ধান - ANUSANDHAN
0:00 / 0:00
মনীষা বেকাৰী - এটা খৰিৰ ভাতিৰে আৰম্ভ কৰা প্ৰতিষ্ঠানৰ সফলতাৰ কাহিনী।
5 611 просмотров · 1 год назад
অনুসন্ধান - ANUSANDHAN
960 подписчиков
5 611 просмотров · 1 год назад
মনীষা বেকাৰী বৰ্ত্তমান অসমৰ এটা চিনাকি নাম।১৯৯৫ চনত যোৰহাটৰ লাদৈগড় অঞ্চলৰ তিনিজন ককাই-ভাইৰ উদ্যোগত এটা খৰিৰ ভাতিৰে ঘৰতে আৰম্ভ কৰা সৰু প্ৰতিষ্ঠা খনৰ আজিৰ তাৰিখত সমগ্ৰ অসমত পঞ্চাশ টাৰো অধিক বিপনী থকাৰ লগতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে পাঁচ সহস্ৰাধিক পৰিয়াল সংস্থাপিত হৈ আছে। আপুনিও যদি মনীষা বেকাৰীৰ বিপনী খুলিব বিছাৰে তেন্তে তলৰ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব ।
8638315934
#monishabakery
#monishabakeryjorhat
#monishabakeryjbroad
#monishabakerynaali
#monishabakerykenduguri
#pramitborah
#monishabakerylahdoigarh
#monishabakeryteok
#anusandhan
#bakeryassam