Перейти к содержимому

কাতি মাহত এই ৫টা প্ৰাণী আপোনাৰ ঘৰত আহিলে বুজিব আপুনি ধনী হ'বলৈ গৈ আছে / Assamese Motivational Video

Shewali Das

0:00 / 0:00

কাতি মাহত এই ৫টা প্ৰাণী আপোনাৰ ঘৰত আহিলে বুজিব আপুনি ধনী হ'বলৈ গৈ আছে / Assamese Motivational Video

10 425 просмотров · 7 дн. назад
Shewali Das
12 тыс. подписчиков
10 425 просмотров · 7 дн. назад
কাতি মাহত এই ৫টা প্ৰাণী আপোনাৰ ঘৰত আহিলে বুজিব আপুনি ধনী হ'বলৈ গৈ আছে / Assamese Motivational Video #dhanteras #laxmi #assamese #video #bhakti নমস্কাৰ প্ৰিয় দৰ্শক মই শেৱালী আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। কাতি মাহ হিন্দু ধৰ্মৰ এক অতি পবিত্ৰ আৰু মহিমাময় মাহ। ধৰ্মীয় বিশ্বাস অনুসৰি এই বিশেষ মাহত ঘৰত ৮ বিধ বিশেষ প্ৰাণীৰ আগমনক শুভ সংকেত হিচাপে গণ্য কৰা হয়। বহুতে বিশ্বাস কৰে যে এই প্ৰাণীবোৰৰ আগমনে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু সৌভাগ্যৰ বতৰা কঢ়িয়াই আনে। কোন এই ৮ বিধ প্ৰাণীৰ আগমনক শুভ বুলি গণ্য কৰা হয়? এই প্ৰাণীবোৰৰ সৈতে দেৱ-দেৱীৰ সম্পৰ্ক কি? আৰু ঘৰত এই প্ৰাণীবোৰ দেখা পালে কি কৰিব লাগে? এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। প্ৰিয় দৰ্শক যদি ভিডিঅ'টো আপোনাৰ ভাল লাগে তেন্তে ভিডিঅ'টোত এটা Like কৰিব আৰু লগতে যদি আপুনি আমাৰ চেনেলটোত প্ৰথম বাৰৰ বাবে আহিছে তেন্তে চেনেলটো Subscribe কৰিবলৈ নাপাহৰিব। ধন্যবাদ 🙏 #motivation #motivational #motivationalvideo #motivationalquotes #vastu #vastutips #vastushastra #bhaktivibes #rashifal #assam #astrology #astronomy #videos #totka #hindu #assamesevideo