মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’|Part 4 #PratidinTimeLIVE
Pratidin Time
0:00 / 0:00
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’|Part 4 #PratidinTimeLIVE
3 004 просмотра · Трансляция закончилась 9 ч назад
Pratidin Time
2,67 млн подписчиков
3 004 просмотра · Трансляция закончилась 9 ч назад
ৰামলীলা ময়দানত বিৰোধীৰ শক্তি প্ৰদৰ্শন, এতিয়া কোনদিশে দেশৰ ৰাজনীতি?
২০১৪ৰ পিছত প্ৰথমবাৰলৈ ‘সঁচা অৰ্থ’ত একত্ৰিত হ’ল নেকি বিৰোধী শক্তি?
CJP, AISA, I.N.D.I.A সকলোৱে একেলগে বিজেপিৰ বিৰুদ্ধে যুঁজিব পাৰিবনে?
জ্ঞানেশ কুমাৰক ৰক্ষণাবেক্ষণ দিবলৈ গৈ বেকফুটত নেকি বিজেপি?
SIR, ভোট চুৰিৰ অভিযোগে সঁচাকৈয়ে ভেঁটি কঁপাইছে নেকি বিজেপিৰ?
শাসনত থাকিও কিয় আন্দোলন কৰিবলগীয়া হৈছে বিজেপিয়ে?
‘দেশ বচাও, অৰাজকতা হটাও’ আন্দোলনৰ আঁৰত আচলতে কি?
’২৯লৈ তিনি বছৰ থাকোঁতেই বিজেপিৰ বিৰুদ্ধে টঙালি বান্ধিছে নেকি ইণ্ডি মৰ্চাই?
বিজেপিৰ ‘মাইক্ৰ লেভেল মেনেজমেণ্ট’ এইবাৰো সফল হ’বনে?
বিজেপিয়ে কোৱাৰ দৰে প্ৰতীকী সংসদৰ প্ৰধানমন্ত্ৰী হৈয়ে থাকিব নেকি ৰাহুল গান্ধী?
Gen-Zয়েই হ’ব নেকি ’২৯ৰ নিৰ্বাচনৰ Game Changer?
মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’|Part 4 #PratidinTimeLIVE